মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়

নামভৰ্ত্তিকৰণ আৰু ফলাফলসমূহ

নামভৰ্তিকৰণ পৰ্টলেট

শিক্ষাবৰ্ষৰ আৰম্ভণি

                এল.কে.আৰ.চি. ৰাজ্যিক সঙ্গীত মহাবিদ্যালয়ৰ বিদ্যায়তনিক শিক্ষাবৰ্ষ সাধাৰণতে আগষ্ট মাহৰ পৰা আৰম্ভ হয়। মহাবিদ্যালয়খনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিয়ম অনুসৰি ষান্মাসিক পদ্ধতি অনুসৰণ কৰে।

নামভৰ্তিৰ পদ্ধতি আৰু ফলাফল

  • প্ৰথম ষান্মাসিকত নামভৰ্তিৰ বাবে নামভৰ্তি পৰীক্ষাৰ তাৰিখ আৰু ফলাফল সময় মতে মহাবিদ্যালয়ৰ ৱেবছাইট, মহাবিদ্যালয়ৰ নটিচ বোৰ্ড আৰু ৰাজ্যৰ আগশাৰীৰ বাতৰি কাকতসমূহত বিজ্ঞাপনৰ জৰিয়তে ঘোষণা কৰা হব।
  • নামভৰ্ত্তিৰ পৰীক্ষাত নিৰ্বাচিত প্ৰাৰ্থীসকলৰ তালিকা/ফলাফল পৰৱৰ্ত্তী সময়ত মহাবিদ্যালয়ৰ নটিচ বোৰ্ড আৰু মহাবিদ্যালয়ৰ ৱেবছাইটত প্ৰকাশ কৰা হব।

নামভৰ্তিৰ বাবে যোগ্যতা নিৰ্ণায়ক

(১) উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ

(২) সঙ্গীতৰ প্ৰাথমিক শিক্ষা