মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়

পাঠ্যক্ৰমত আগবঢ়োৱা বিষয়সমুহ

  • বি. মিউজ. পাঠ্যক্ৰমত আগবঢ়োৱা বিষয়সমুহ তলত উল্লেখ কৰা হল-

    ১. থলুৱা কন্ঠ সংগীত (বৰগীত, লোকগীত)

    ২. হিন্দুস্তানী কণ্ঠ সংগীত

    ৩. তবলা

    ৪. ভায়’লিনা

    ৫. চেতাৰ

    ৬. খোল

    ৭. সত্ৰীয়া নৃত্য

    ৮. কথক নৃত্য

    ৯. পৰম্পৰাগত লোকসঙ্গীত

    ১০. ভাৰতৰ সাংস্কৃতিক ইতিহাস

    ১১. অসমৰ সাংস্কৃতিক ইতিহাস

    ১২. ভাৰতীয় সঙ্গীত আৰু নৃত্যৰ সাধাৰণ তত্ব

    ১৩. অসমীয়া

    ১৪. ইংৰাজী

    ১৫. হিন্দী

    ১৬. সংস্কৃত

    বাধ্যতামূলক বিষয়

                    ১. ইংৰাজী বা অসমীয়া

                    ২. হিন্দী বা সংস্কৃত

                    ৩. ভাৰতীয় সংগীত আৰু নৃত্যৰ সাধাৰণ তত্ব

                    ৪. পৰিবেশ সম্পৰ্কীয় অধ্যয়ন

                    ৫. সাংস্কৃতিক ইতিহাস