মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়

শিক্ষাবৰ্ষৰ আৰম্ভণি

  •            এল. কে. আৰ. বি. ৰাজ্যিক সংগিত মহাবিদ্যালয়ৰ বিদ্যায়তনিক শিক্ষাবৰ্ষ সাধাৰণতে আগষ্ট মাহৰ পৰা আৰম্ভ হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ নীতি অনুসৰি মহাবিদ্যালয়খনে ষান্মাসিক পদ্ধতি অনুসৰন কৰে।

    বিদ্যায়তনিক নিৰ্ঘণ্ট

    মহাবিদ্যালয়খনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিদ্যায়তনিক নিৰ্ঘন্ট অনুসৰন কৰে।

    মাধ্যমঃ

               গুৱাহাটী বিশ্ববিদ্যালয় অনুসৰি পাঠদানৰ মাধ্যম হল অসমীয়া বা ইংৰাজী

    নামভৰ্তিৰ বাবে যোগ্যতাৰ নিৰ্বায়ক

    (ক) উচ্চতৰ মাধ্যমিক পৰিক্ষা উত্তীৰ্ন

    (খ) সংগীতৰ বিষয়ে প্ৰাথমিক জ্ঞান