মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়

পুৰস্কাৰসমূহ

পুৰস্কাৰসমূহ

লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা বঁটা – গুৱাহাটী বিশ্ববিদ্যালয়ৰ বি.মিউজ পৰীক্ষাৰ চূড়ান্ত বৰ্ষত ৬০ শতাংশ বা ততোধিক নম্বৰেৰে বৰগীতত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত ছাত্ৰক এই সন্মান আগবঢ়োৱা হয়। (লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাৰ পত্নী শ্ৰীমতী আৰতি বৰুৱাৰ দ্বাৰা আগবঢ়োৱা০

মীৰা দাস চলিহা স্মৃতি বঁটা – ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতত সৰ্বোচ্চ নম্বৰ প্ৰাপক ছাত্ৰক এই বঁটা আগবঢ়োৱা হয়। (শ্ৰীমতী মানসী দাস .....ৰ দ্বাৰা আগবঢ়োৱা হয়)