মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়

নামভৰ্ত্তিকৰণ আৰু ফলাফলসমূহ

নামভৰ্তিকৰণ পৰ্টলেট

শিক্ষাবৰ্ষৰ আৰম্ভণি –

                এল.কে.আৰ.চি. ৰাজ্যিক সঙ্গীত মহাবিদ্যালয়ৰ বিদ্যায়তনিক শিক্ষাবৰ্ষ সাধাৰণতে আগষ্ট মাহৰ পৰা আৰম্ভ হয়। মহাবিদ্যালয়খনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিয়ম অনুসৰি ষান্মাসিক পদ্ধতি অনুসৰণ কৰে।

নামভৰ্তিৰ পদ্ধতি আৰু ফলাফল

  • প্ৰথম ষান্মাসিকত নামভৰ্তিৰ বাবে নামভৰ্তি পৰীক্ষাৰ তাৰিখ আৰু ফলাফল সময় মতে মহাবিদ্যালয়ৰ ৱেবছাইট, মহাবিদ্যালয়ৰ নটিচ বোৰ্ড আৰু ৰাজ্যৰ আগশাৰীৰ বাতৰি কাকতসমূহত বিজ্ঞাপনৰ জৰিয়তে ঘোষণা কৰা হব।
  • নামভৰ্ত্তিৰ পৰীক্ষাত নিৰ্বাচিত প্ৰাৰ্থীসকলৰ তালিকা/ফলাফল পৰৱৰ্ত্তী সময়ত মহাবিদ্যালয়ৰ নটিচ বোৰ্ড আৰু মহাবিদ্যালয়ৰ ৱেবছাইটত প্ৰকাশ কৰা হব।

নামভৰ্তিৰ বাবে যোগ্যতা নিৰ্ণায়ক –

(১) উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ

(২) সঙ্গীতৰ প্ৰাথমিক শিক্ষা