মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়

পৰীক্ষাসমূহ

বি.মিউজ পাঠ্যক্ৰম হল ৬টা ষান্মাসিকৰ।

ষান্মাসিক পৰীক্ষা

  • ষান্মাসিক পৰীক্ষাসমূহ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা পৰিচালিত হয়।
  • ষান্মাসিকৰ পৰীক্ষা সাধাৰণতে জুন আৰু ডিচেম্বৰ মাহত অনুষ্ঠিত কৰা হয়।
  • ফলাফলসমূহ মহাবিদ্যালয় ৱেবছাইট আৰু মহাবিদ্যালয়ৰ ন’টিচ বোৰ্ডত উপলব্ধ হব।
  • বিশ্ববিদ্যালয়ৰ পঞ্জীয়ন, প্ৰপত্ৰ জমাকৰণ আৰু পৰীক্ষা সূচী গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ দ্বাৰা ঘোষণা কৰা হয়। এই তাৰিখসমূহ মহাবিদ্যালয় ৱেবছাইট আৰু মহাবিদ্যালয় নটিচ বোৰ্ডত অধিসূচিত হব।
  • বিশ্ববিদ্যালয়ৰ দ্বাৰা ফলাফলসমূহ ঘোষিত হব।
  • ফলাফলসমূহ মহাবিদ্যালয়ৰ ৱেবছাইট আৰু মহাবিদ্যালয়ৰ নটিচ বোৰ্ডত উপলব্ধ হব