বি.মিউজ পাঠ্যক্ৰম হল ৬টা ষান্মাসিকৰ।
ষান্মাসিক পৰীক্ষা –
- ষান্মাসিক পৰীক্ষাসমূহ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা পৰিচালিত হয়।
- ষান্মাসিকৰ পৰীক্ষা সাধাৰণতে জুন আৰু ডিচেম্বৰ মাহত অনুষ্ঠিত কৰা হয়।
- ফলাফলসমূহ মহাবিদ্যালয় ৱেবছাইট আৰু মহাবিদ্যালয়ৰ ন’টিচ বোৰ্ডত উপলব্ধ হব।
- বিশ্ববিদ্যালয়ৰ পঞ্জীয়ন, প্ৰপত্ৰ জমাকৰণ আৰু পৰীক্ষা সূচী গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ দ্বাৰা ঘোষণা কৰা হয়। এই তাৰিখসমূহ মহাবিদ্যালয় ৱেবছাইট আৰু মহাবিদ্যালয় নটিচ বোৰ্ডত অধিসূচিত হব।
- বিশ্ববিদ্যালয়ৰ দ্বাৰা ফলাফলসমূহ ঘোষিত হব।
- ফলাফলসমূহ মহাবিদ্যালয়ৰ ৱেবছাইট আৰু মহাবিদ্যালয়ৰ নটিচ বোৰ্ডত উপলব্ধ হব