গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত সংগীতৰ স্নাতক পাঠ্যক্ৰমৰ অধ্যয়ন মহাবিদ্যালয়ে আগবঢ়ায়।
মহাবিদ্যালয়খনে সংগীত স্নাতকৰ তিনি বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম আগবঢ়ায়। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত।সকলো বিদ্যায়তনিক বিষয় গুবাহাটী বিশ্ববিদ্যালয়ৰ জি.ইউ নিয়ন্ত্ৰনৰ অন্তৰ্ভুক্তি কৰণ নিয়মৰ দ্বাৰা পৰিচালিত হয়।
বি. মিউজ. পাঠ্যক্ৰমত আগবঢ়োৱা বিষয়সমুহ তলত উল্লেখ কৰা হল-
১. থলুৱা কন্ঠ সংগীত (বৰগীত, লোকগীত)
২. হিন্দুস্তানী কণ্ঠ সংগীত
৩. তবলা
৪. ভায়’লিনা
৫. চেতাৰ
৬. খোল
৭. সত্ৰীয়া নৃত্য
৮. কথক নৃত্য
৯. পৰম্পৰাগত লোকসঙ্গীত
১০. ভাৰতৰ সাংস্কৃতিক ইতিহাস
১১. অসমৰ সাংস্কৃতিক ইতিহাস
১২. ভাৰতীয় সঙ্গীত আৰু নৃত্যৰ সাধাৰণ তত্ব
১৩. অসমীয়া
১৪. ইংৰাজী
১৫. হিন্দী
১৬. সংস্কৃত
বাধ্যতামূলক বিষয়
১. ইংৰাজী বা অসমীয়া
২. হিন্দী বা সংস্কৃত
৩. ভাৰতীয় সংগীত আৰু নৃত্যৰ সাধাৰণ তত্ব
৪. পৰিবেশ সম্পৰ্কীয় অধ্যয়ন
৫. সাংস্কৃতিক ইতিহাস